বিমুদ্ৰাকৰণৰ পাছত অমিত শ্বাহৰ সম্পত্তি ৮১% বৃদ্ধি - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, June 22, 2018

বিমুদ্ৰাকৰণৰ পাছত অমিত শ্বাহৰ সম্পত্তি ৮১% বৃদ্ধি

বিমুদ্ৰাকৰণৰ পাছত অমিত শ্বাহৰ সম্পত্তি ৮১% বৃদ্ধি :
ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অমিত শ্বাহ ডাইৰেক্টৰ হৈ থকা বেংকৰ বিৰুদ্ধে বিমুদ্ৰাকৰণৰ সময়ত কোটি কোটি জমা হোৱাৰ অভিযোগ আহিছে । The Ahmedabad District Cooperative Bank (ADCB) ত বিমুদ্ৰাকৰণৰ ৫ দিনৰ ভিতৰত মুঠতে ৭৪৫ কোটি টকা জমা কৰা হৈছিল । কংগ্ৰেছ নেতা ৰণদীপ সিং চুৰজেৱালাই অভিযোগ কৰা অনুসৰি বিজেপিৰ লিংক থকা আহমদাবাদৰ কোপাৰিটিভ বেংকত ৫ দিনত সৰ্বমুঠ ৩১১৮ কোটি টকাৰ বুজন পৰিমাণৰ পুৰণা নোট জমা কৰা হৈছিল । 


ইয়াৰ উপৰিও অভিযোগ অানি ৰাহুল গান্ধীয়ে কয় যে বিমুদ্ৰাকৰণৰ পাছত অমিত শ্বাহৰ সম্পত্তি ৮১% বৃদ্ধি পাইছিল।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close