নাগৰিকত্ব বিল আমিয়েই আনিছো আৰু এইয়া আমাৰ এক সঠিক সিদ্ধান্ত : ৰাজনাথ সিংহ - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, May 26, 2018

নাগৰিকত্ব বিল আমিয়েই আনিছো আৰু এইয়া আমাৰ এক সঠিক সিদ্ধান্ত : ৰাজনাথ সিংহ

নাগৰিকত্ব বিল আমিয়েই আনিছো আৰু এইয়া আমাৰ এক সঠিক সিদ্ধান্ত :বহু বিতৰ্কিত হিন্দু নাগৰিকত্ব বিলখনৰ বিৰুদ্ধে ৰাজ্য়জুৰি তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠাৰ সময়তে গৃহমন্ত্ৰী ৰাজনাথ সিংহে ইণ্ডিয়া টুডেৰ আজ টকৰ এক অনুষ্ঠানত বিধেয়কখনৰ সপক্ষে মন্তব্য় দাঙি ধৰে | গৃহমন্ত্ৰীজনে বিধেয়কখনৰ সপক্ষে সবল স্থিতি গ্ৰহণ কৰি কয় যে নাগৰিকত্ব বিধেয়কখন তেওলোকেই আনিছে আৰু ই এক তেঁওলোকৰ সঠিক সিদ্ধান্ত |

ধৰ্মৰ ভিত্তিত যদিও বিদেশীক সংস্থাপন কৰা নহয় বুলি কয় কিন্তু মুছলমানৰ বাহিৰে আন সকলো ধৰ্মালম্বীৰ নাম লৈ ভাৰতত আহিব পাৰিব বুলি কোৱাটো বিশেষ তাৎপৰ্য বহন কৰিছে | ইফালে অসমত চলি থকা তীব্ৰ প্ৰতিবাদৰ বিষয়ে আলোচনা কৰিব বুলি তেও মত পোষণ কৰিলেও নাগৰিকত্ব বিলৰ সপক্ষতহে থাকিব বুলি স্পষ্ট কৰা দেখা যায় |অধিক তথ্য়ৰ বাবে তলৰ ভিডিঅটো চাব পাৰে |

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close