লেটাৰ শব্দটো আহিল কেনেকৈ: মেট্ৰিক বা হায়াৰ চেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টৰ সময়ত সঘনে শুনি থকা এটা শব্দ হ'ল লেটাৰ। পিছে অাপুনি জানেনে লেটাৰ শব্দটো আহিল কেনেকৈ ?
কোনো বিষয়ত ৮০ শতাংশ নম্বৰ লাভ কৰিলে লেটাৰ নম্বৰ পোৱা বুলি কয়।পিছে এই লেটাৰ নম্বৰ পাবলৈ কিয় কেৱল ৮০ শতাংশ নম্বৰ লাগে? লেটাৰ শব্দটোৰ ইংৰাজী বৰ্ণবিন্যাস হ'ল L E T T E R । ইংৰাজী বৰ্ণমালাখনৰ প্ৰত্যেকটো বৰ্ণ ক্ৰমান্বয়ে সজাই তাৰ বিপৰীতে নম্বৰ প্ৰদান কৰিলে (A=১, B=২, C=৩....Y=২৫, Z=২৬) লেটাৰ(LETTER) শব্দটোৰ বিপৰীতে থকা সংখ্যাসমূহৰ যোগফল ৮০ হয়। সেয়ে ৮০ নম্বৰটোক লেটাৰ মাৰ্ক বুলি সকলোৱে স্বীকৃতি দিয়ে।
L=12 E=5 T=20 T=20 E=5 R=18 LETTER =12+5+20+20+18 =80
আপুনি বাৰু এই বিষয়ে আগতে জানিছিল নে?পষ্টটো SHARE কৰি আপোনাৰ বন্ধুবৰ্গক জনাঁওক !

No comments:
Post a Comment