বিএছচি আৰু হাইয়াৰ ছেকেণ্ডেৰী একেটা বৰ্ষত উৰ্ত্তীৰ্ণ হৈছিল শিলাদিত্য :সততে বিতৰ্কৰ মাজত থকা শিলাদিত্যক লৈ আৰম্ভ হৈছে আন এক নতুন বিতৰ্ক | স্বৰাজ অসম নামৰ সংগঠন এটাই দাবী কৰা অনুসৰি শিলাদিত্যই নিৰ্বাচনী শপতনামাত একেটা বৰ্ষতেই বিএছচি আৰু হাইয়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষাত উৰ্ত্তীণ হোৱা বুলি উল্লেখ কৰিছে |
শিলাদিত্যই দিয়া শপতনামা অনুসৰি ১৯৮৬ চনত আৰ্য মহাবিদ্য়ালয়ৰ পৰা HS পাছ আৰু একে বৰ্ষতেই আৰ্য মহাবিদ্য়ালয়ৰ পৰা পাছ B.Sc. পাছ বুলি দেখুৱাইছে | অধিক তথ্য়ৰ বাবে তলৰ ভিডিঅটো চাব পাৰে |
No comments:
Post a Comment