মদ সদৃশ গ্লাছ লৈ আলোচনাত মিলিত বিজেপি অগপ বিধায়ক :চচিয়েল মিডিয়াত ভাইৰেল হোৱা কেইখনমান ফটোৱে ৰাজয়্জুৰি তোলপাৰ লগাইছে | ফটোকেইখনত কেইজনমান বিজেপি আৰু অগপ বিধায়কে মদৰ গিলাছ সন্মূখত লৈ বিষায়ৰ সৈতে আলোচনাত মিলিত হোৱা দেখা গৈছে | ফটো কেইখনত বিজেপি বিধায়ক সুমন হৰিপ্ৰিয়া , অটুল বৰাৰ লগতে এজন অগপ বিধায়কক দেখা গৈছে |
ইফালে একাংশই এইয়া ফলৰ ৰস বুলি দাবী কৰিলেও বিয়াৰ বিশষ গিলাচসমূহ ব্ৱহাৰ কৰা আৰু সুমন হৰিপ্ৰিয়াৰ সন্মূখত বিশেষ গিলাছটো নথকাত প্ৰশ্নই দেখা দিছে | আপোনালোকে কি ভাবে তলত কমেন্ট কৰি জনাওক |
No comments:
Post a Comment