ৰাজ্য চৰকাৰৰ ১ লাখ চাকৰি । জানক কোনটো বিভাগত কিমান পদ খালী ? Assam Govt Jobs Vancany in 2021 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, July 15, 2021

ৰাজ্য চৰকাৰৰ ১ লাখ চাকৰি । জানক কোনটো বিভাগত কিমান পদ খালী ? Assam Govt Jobs Vancany in 2021

অসম চৰকাৰে আগন্তুক ১ বছৰৰ ভিতৰত ১ লাখ চাকৰি দিয়াৰ কথা ইতিমধ্যেই ঘোষণা কৰিছে । অসম চৰকাৰৰ ৫০টা বিভাগত বর্তমান ১,০৭,১৪৯টা পদ খালী হৈ আছে৷ কোনোটো বিভাগত কিমান পদ খালী আছে জানো আহক -      
Assam Jobs Vacancy
 
বিভাগখালী পদ
শ্রমিক কল্যাণ বিভাগ54
পশুপালন আৰু পশু চিকিৎসা বিভাগ2152
মীন বিভাগ258
পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ2137
সাধাৰণ প্রশাসন বিভাগ830
লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্রীয় পথ) বিভাগ1308
ভূমি সংৰক্ষণ বিভাগ526
ক্রীড়া বিভাগ712
শিক্ষা বিভাগ50465
চাহ জনজাতি কল্যাণ বিভাগ6
মুখ্যমন্ত্রীৰ সচিবালয়2
যোগান বিভাগ95
চৰ অঞ্চল বিভাগ20
ৰাজহুৱা প্রতিষ্ঠান বিভাগ2
সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ 6
সচিবালয় প্রশাসন বিভাগ719
পার্ছনেল বিভাগ144
জনসংযোগ বিভাগ107
ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগ348
পৰিবহণ বিভাগ1001
বন বিভাগ2918
আবকাৰী বিভাগ459
কৃষি বিভাগ 962
পর্যটন বিভাগ144
ৰূপান্তৰ আৰু উন্নয়ন বিভাগ522
স্বাস্থ্য বিভাগ9353
পেন্সন আৰু ৰাজহুৱা বিভাগ2
নগৰ উন্নয়ন বিভাগ19
জনস্বাস্থ্য কাৰিকৰী বিভাগ1005
বিজ্ঞান আৰু প্রযুক্তি বিভাগ11
প্রিণ্টিং আৰু ষ্টেচনাৰী বিভাগ68
সাংস্কৃতিক পৰিক্রমা বিভাগ561
ন্যায়িক বিভাগ বিত্ত বিভাগ678
সীমান্ত অঞ্চল উন্নয়ন বিভাগ952
বিধায়িনী বিভাগ29
গুৱাহাটী উন্নয়ন বিভাগ1092
উদ্যোগ বিভাগ523
প্রশাসনীয় সংস্কাৰ আৰু প্রশিক্ষণ বিভাগ50
সমাজ কল্যাণ বিভাগ666
সমবায় বিভাগ371
হস্ততাঁত–বস্ত্রশিল্ বিভাগ988
শক্তি বিভাগ48
দক্ষতা বিকাশ বিভাগ876
খনি আৰু খনিজ সম্পদ বিভাগ21
ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগ1139
গৃহ বিভাগ20248
 
অসম চৰকাৰে অতি সোনকালেই এই খালী পদাসমূহৰ নিযুক্তি আৰম্ভ কৰিব । গতিকে অতি সোনকালে আপোনাৰ  প্ৰস্তুতি আৰম্ভ কৰক । 

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/07/amazing-health-benefits-of-sleeping-without-pillow.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here.

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close