কৰোনা কালত লংৰ এই গুণ হব উপকাৰী । কি এই মহাগুণ ? Benefits of eating 2 cloves daily - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, June 4, 2021

কৰোনা কালত লংৰ এই গুণ হব উপকাৰী । কি এই মহাগুণ ? Benefits of eating 2 cloves daily

কৰোনাৰ দ্বিতীয় ঢৌ এতিয়া কিছু নিয়ন্ত্ৰণত আহিছে যদিও ইয়াৰ বিপদৰ যেন শংকা এতিয়াও কমা নাই । সেয়হে আমি আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা উচিত আৰু তাকে কৰিবলৈ লং খোৱাটো লাভজনক বুলি প্ৰমাণিত হৈছে। আমাৰ পাকঘৰত বিভিন্ন ধৰণৰ মচলা ব্যৱহাৰ কৰা হয়। এই মচলাবোৰ স্বাস্থ্যৰ বাবে উপকাৰী হোৱাৰ লগতে খাদ্যৰ সোৱাদো বৃদ্ধি কৰে। তাৰে এটা হৈছে লং। লং স্বাস্থ্যৰ বাবে অতি উপকাৰী । আয়ুৰ্বেদে শাস্ত্ৰতো লং বহু লাভালাভৰ কথা উল্লেখ আছে ।  
Benefits of eating 2 cloves daily
  • কুহুমীয়া পানীৰে খালী পেটত দৈনিক দুটা লং গ্ৰহণ কৰিলে,  ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট দ্ৰুতগতিত বৃদ্ধি হয়। আৰু লগতে ই হাঁওফাঁওকো শক্তি প্ৰদান কৰে। ইয়াৰ ব্যৱহাৰে বিভিন্ন ধৰণৰ স্বাস্থ্য পৰিৱৰ্তন কৰি দেখুৱায়।   
 
  • কৰোনাৰ ফলস্বৰুপে বৰ্তমান পেটৰ লগত সম্বন্ধিত বিভিন্ন ৰোগো দেখিছে। যিটো কৰোনাৰেই এটা লক্ষণ। এনে পৰিস্থিতিত লং সেৱনে আমাৰ হজম প্ৰক্ৰিয়া সম্পূৰ্ণ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।  

লগতে পঢ়ক - হাঁওফাঁও সুস্থ কৰি ৰাখিবলৈ এইকেইটা টিপচ গ্ৰহণ কৰক

  • ৰাতিপুৱা খালী পেটত লং খোৱাৰ ফলত হজমৰ সমস্যা আঁতৰ হয়। হজমৰ লগত জড়িত সমস্যা কোষ্ঠকাঠিন্য আৰু বদহজম ৰোধ কৰাত সহায় কৰে ।   
 
  • ইয়াৰ উপৰিও, লং খোৱাৰ ফলত দাঁতৰ বিষ নিৰাময় হয়। লংত বিষ-উপশমকাৰী গুণাগুণ পোৱা যায় । 
  • মুৰৰ বিষৰ বাবে লং হৈছে সৰ্বশ্ৰেষ্ঠ নিৰাময়। মুৰৰ বিষৰ পৰা আপুনি সকাহ পাবলৈ এগিলাচ গাখীৰৰ সৈতে লং পাউডাৰ খাব পাৰে। কপালত লং তেল প্ৰয়োগ কৰিলেও আপুনি মুৰৰ বিষৰ পৰা সকাহ লাভ কৰিব পাৰে ।
লংৰ দ্বাৰা দ্ৰুতগতিত ৰোগ প্ৰতিৰোধ ক্ষমতা হয়। কৰোনাৰ সময়ত খালী পেটত দৈনিক দুটা লংৰ ব্যৱহাৰে ইয়াৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে। ই এক প্ৰকাৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক হিচাপে কাম কৰে। লগতে ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়াও নাই। 

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/06/natural-and-home-remedies-for-itching.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

টোকা: এই প্ৰবন্ধত দিয়া তথ্যবোৰ গৱেষণাৰ ওপৰত আধাৰিত। এজন বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগিব।

 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close