আজিৰ পৰা চেনী দিয়া চাহ নাখাব, জানক গুড় দিয়া চাহৰ লাভালাভবোৰ | Jaggery tea health benefits - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, April 7, 2021

আজিৰ পৰা চেনী দিয়া চাহ নাখাব, জানক গুড় দিয়া চাহৰ লাভালাভবোৰ | Jaggery tea health benefits

Jaggery tea health benefits

ভাৰত হৈছে সেই দেশবোৰৰ ভিতৰত এখন অন্য়তম দেশ য'ত চাহ আটাইতকৈ বেছি খোৱা হয়। কেৱল সেয়াই নহয়, ইয়াক ৰাষ্ট্ৰীয় পানীয় বুলিও কোৱা হয়। চাহৰ কোনো বতৰ নাই। অৱশ্যে চাহ পান কৰাৰ পিছত সতেজ অনুভৱ কৰে। কিন্তু চাহত চেনী দি খোৱাটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। চেনীত অধিক পৰিমাণে গ্লুকোজ অধিক থাকে।
Jaggery tea health benefits

 
যেতিয়া এজন ব্যক্তিৰ ডাইবেটিচৰ সমস্যা হয়, তেতিয়া তেওঁলোকে প্ৰথমে চেনী চাহ বন্ধ কৰিব লগাত পৰে। গতিকে আপুনি চেনীৰ সলনি গুড়ৰ চাহ নিজৰ পছন্দ হিচাপে লোৱাটো  ভাল। হয়, গুড়চাহৰ বহুতো লাভালাভ আছে সেইয়া আজি আমি আপোনাক জনাম -

Jaggery tea health benefits

  1. গুড়চাহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ ব্যৱহাৰে দুৰ্বলতা, ভাগৰ আদিৰ দৰে সমস্যা দূৰ কৰাত সহায় কৰে। 
  2. গুড়ত কাৰ্বোহাইড্ৰেট আৰু পটাছিয়াম থাকে। ইয়াৰ গ্ৰহণে ওজন নিয়ন্ত্ৰণত সহায় কৰে। 
  3. ইয়াত থকা  পুষ্টি, লোৰ উপাদানবোৰে ৰক্তহীনতাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।  
  4.  ঋতুস্ৰাৱৰ সময়ত বিষ উপশম কৰে । যেতিয়াই বিষ অনুভৱ কৰে গুড় দিয়া চাহ খাওক । 
  5.  ইয়াৰ ব্যৱহাৰে বিষ নাইবা আঘাটৰ ফুলা সমস্যাৰ পৰা সকাহ দিয়াত সহায় কৰিব। ই পাচন প্ৰক্ৰিয়াকো শক্তিশালী কৰে।  
  6.  ইয়াত থকা উপাদানবোৰে মুখতমুখৰ শালমইনা দূৰ কৰে । মুখৰ দাগ, কলা পৰা নাইকিয়া হ'ব আৰু চেহেৰা উন্নত হয়।  
  7. ইয়াক সেৱন কৰিলে চৰ্দি কাহও আঁতৰ কৰে।   
  8. যিসকলৰ গাঁঠিৰ বিষ আছে তেওঁলোকে যদি এই চাহ গ্ৰহণ কৰে তেন্তে আৰাম পাব ।  
  9. গুড়ৰ চাহ খোৱাটো নিশ্চিত কৰিব।

1 comment:

  1. সুন্দৰ লিখনি...বহুত ভাল লাগিল পঢ়ি👍

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close