এনেকুৱা ভৰিৰ বুঢ়া আঙুলি আৰু কাষৰ আঙুলি দুয়োটাই দিব ধন আৰু স্ত্ৰীসুখ | Know How Your toes tell your future - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, March 20, 2021

এনেকুৱা ভৰিৰ বুঢ়া আঙুলি আৰু কাষৰ আঙুলি দুয়োটাই দিব ধন আৰু স্ত্ৰীসুখ | Know How Your toes tell your future

Samudrik Shastra: Toe And Near Finger Gives Money

সামুদ্ৰিক শাস্ত্ৰ অনুসৰি, আপোনাৰ ভৰিৰ বুঢ়া আঙুলি আৰু কাষৰ তৰ্জনী আঙুলিটোৰ পৰাই আপোনাৰ জীৱনত ধন(Money) আৰু স্ত্ৰীসুখ আছে নে নাই অনুমান কৰিব পাৰি। বুঢ়া আঙুলি আৰু কাষৰ আঙুলিটোৰ দৈৰ্ঘ্যই নিৰ্ধাৰণ কৰিব আপোনাৰ জীৱনত সুখ থাকিব নে নাই। সামুদ্ৰিক শাস্ত্ৰত কোৱা হৈছে যে ভৰিৰ আঙুলিটো আপোনাৰ ওচৰত থকা আঙুলিৰ সমান হ'ব লাগে। ইয়াৰ উপৰিও, ভৰিৰ কনিষ্ঠ আঙুলিটো আৰু তাৰ ওচৰৰ আঙুলিতকৈ ডাঙৰ হোৱাটো অতি শুভ লক্ষণ বুলি বিবেচনা কৰা হয়।
Interesting Facts about Toe Fingers

Interesting Facts about Toe Fingers 

জানক ভৰিৰ বুঢ়া আঙুলি আৰু অন্যান্য আঙুলিৰ দ্বাৰা কি কি জানিব পাৰি -
  • যদি ভৰিৰ বুঢ়া আঙুলী আৰু ইয়াৰ ওচৰৰ আঙুলি দুয়োটা সমান হয় , তেনে লোকসকল সুখ আৰু সমৃদ্ধিশালী হোৱাৰ লগতে ধনৱানো হয় । এনে লোকসকলে পত্নী সুখপ লাভ কৰে। এনে লোকসকল সন্তান আৰু পৰিয়ালৰ সৈতেও সুখী হোৱা দেখা যায়।

লগতে পঢ়ক -  অমিতা গুটিৰ আচৰিত হবলগীয়া গুণ ।

  • যদি ভৰিৰ বুঢ়া আঙুলি ডাঙৰ হয় আৰু ইয়াৰ ওচৰৰ আঙুলিটো সৰু হয়, তেনে লোকসকলক আনৰ দাস বুলি ক'ব পাৰে। এনে লোকসকলে আনৰ আজ্ঞা পালন কৰিবলগীয়া হয় । 

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

  • যদি ভৰিৰ বুঢ়া আঙুলিৰ ওচৰৰ আঙুলিটো মাজৰ আঙুলিতকৈ সৰু হয়, তেনে লোকৰ পত্নী দৰিদ্ৰ পৰিয়ালৰ পৰা হয় আৰু এনে লোকসকলে পত্নীৰ পৰা কম সুখ লাভ কৰে।
  • যদি ভৰিৰ ওচৰৰ আঙুলিটো বুঢ়া আঙুলিটোতকৈ ডাঙৰ হয় , তেনে ব্যক্তিসকলে অধিক মহিলা সুখ পায়। এনে লোকৰ পত্নীৰ সঞ্চয় কৰা গুণ থকাৰ লগতে ধন ঘটাৰো লক্ষণ থাকে ।
  • যদি ভৰিৰ কনিষ্ঠ আঙুলিটো ওচৰৰ আঙুলিতকৈ ডাঙৰ হয় তেনে লোকসকলকো ভাগ্যৱান বুলি গণ্য় কৰা হয় । এনে লোকসকলৰ জীৱনৰ বহুতো ক্ষেত্ৰত ভাগ্(Luck)যই লগ দিয়া দেখা যায় ।
  • যদি ভৰিৰ অন্তিম আঙুলি দুটা সমান হয়, তেনে লোকসকলে সন্তান সুখ লাভ কৰে। কিন্তু এনে লোকৰ বয়সও কম হয় অৰ্থাৎ বেছি দিন নাথাকে ।
  • যদি ভৰিৰ বুঢ়া আঙুলি আৰু সকলো আঙুলি সমান হয়, তেনে ব্যক্তিয়ে অসাধাৰণ জীৱন যাপন কৰে । এনে লোকসকল অতি বিখ্যাত বা ডাঙৰ মানুহ হয় নহলে  জীৱনত একো কৰিব নোৱাৰে আৰু অতি দৰিদ্ৰ হয় ।
  • লগতে পঢ়ক - পিৰিয়ডচৰ সময়ৰ অসহনীয় বিষৰ পৰা মুক্তি । ঘৰুৱা বিধান

সামুদ্ৰিক শাস্ত্ৰ হৈছে মুখ, মুুখমণ্ডল আৰু সমগ্ৰ শৰীৰৰ ওপৰত অধ্যয়নৰ বিদ্যা । ভাৰতত, ই বৈদিক কালৰ পৰা প্ৰচলিত হৈ আছে । গৰুড় পুৰাণত সামুদ্ৰিক শাস্ত্ৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে।  যদি লিখনিটো ভালপায় শ্বেয়াৰ কৰিব নাপাহৰিব । আপোনালোকৰ শ্বেয়াৰৰ দ্বাৰাই আমি আগলৈ এনে ধৰণৰ লিখনি প্ৰস্তুত কৰাত অনুপ্ৰৰণা যোগায় ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/03/know-how-your-toes-tell-your-future.html 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close