জলসিঞ্চন বিভাগত অসমৰ বিভিন্ন জিলাত মুকলি ৪১ টা পদত চাকৰি । অৰ্হতা অষ্টম মানৰ পৰা । কিদৰে কৰিব আবেদন পঢ়ক । IRRIGATION DEPARTMENT JOBS 2021 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, February 17, 2021

জলসিঞ্চন বিভাগত অসমৰ বিভিন্ন জিলাত মুকলি ৪১ টা পদত চাকৰি । অৰ্হতা অষ্টম মানৰ পৰা । কিদৰে কৰিব আবেদন পঢ়ক । IRRIGATION DEPARTMENT JOBS 2021

অসমৰ বিভিন্ন জিলাত জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত মুঠ ৪১টা চতুৰ্থ বৰ্গৰ পদৰ নিয়োগৰ বাবে জাননী প্ৰকাশ কৰা হৈছে । আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰে।

Jobs in Irrigation department 2021

Irrigation department Jobs in 2021

1.Nalbari

1. চকিদাৰ
খালী পদ : 1 [ UR: 1]
দৰমহা :  12000/- টকাৰ পৰা 52000/- টকা 3900/- টকাৰ গ্ৰেড পেৰ সৈতে আৰু অন্যান্য ভাট্টা ।
শিক্ষাগত অৰ্হতা: ৮ম শ্ৰেণীপাছ ।
2. পিয়ন
খালী পদ: 10

3. পাম্প অপাৰেটৰ
খালী পদ: 1
দৰমহা :  12000/- টকাৰ পৰা 52000/- টকা 3900/- টকাৰ গ্ৰেড পেৰ সৈতে আৰু অন্যান্য ভাট্টা ।
শিক্ষাগত অৰ্হতা: ৮ম শ্ৰেণীপাছ ।

2.Golaghat

1. চকিদাৰ
খালী পদ : 1 [ UR: 1]
দৰমহা :  12000/- টকাৰ পৰা 52000/- টকা 3900/- টকাৰ গ্ৰেড পেৰ সৈতে আৰু অন্যান্য ভাট্টা ।
শিক্ষাগত অৰ্হতা: ৮ম শ্ৰেণীপাছ ।
2. পিয়ন
খালী পদ: 1 [ UR: 1]
দৰমহা :  12000/- টকাৰ পৰা 52000/- টকা 3900/- টকাৰ গ্ৰেড পেৰ সৈতে আৰু অন্যান্য ভাট্টা ।
শিক্ষাগত অৰ্হতা: ৮ম শ্ৰেণীপাছ ।
3. খলাশী
খালী পদ: 3 [ UR: 2 , অবিচি: 1]
দৰমহা :  12000/- টকাৰ পৰা 52000/- টকা 3900/- টকাৰ গ্ৰেড পেৰ সৈতে আৰু অন্যান্য ভাট্টা ।
শিক্ষাগত অৰ্হতা: ৮ম শ্ৰেণীপাছ ।

3.Tezpur

1. চকিদাৰ
খালী পদ : 4 [
দৰমহা :  12000/- টকাৰ পৰা 52000/- টকা 3900/- টকাৰ গ্ৰেড পেৰ সৈতে আৰু অন্যান্য ভাট্টা ।
শিক্ষাগত অৰ্হতা: ৮ম শ্ৰেণীপাছ ।
2. পিয়ন
খালী পদ: 2

4.Jorhat

1. চকিদাৰ
খালী পদ : 1
দৰমহা :  12000/- টকাৰ পৰা 52000/- টকা 3900/- টকাৰ গ্ৰেড পেৰ সৈতে আৰু অন্যান্য ভাট্টা ।
শিক্ষাগত অৰ্হতা: ৮ম শ্ৰেণীপাছ ।
2. পিয়ন
খালী পদ: 5

5.Sivsagar

1. হান্দিমেন

4.পাম্প অপাৰেটৰ
খালী পদ: 1 
দৰমহা :  12000/- টকাৰ পৰা 52000/- টকা 3900/- টকাৰ গ্ৰেড পেৰ সৈতে আৰু অন্যান্য ভাট্টা ।
শিক্ষাগত অৰ্হতা: মেট্ৰিক পাছ আৰু আইটিআই পাছ  ।

কি কি ডকুমেন্ট লাগিব

  • বয়সৰ প্ৰমাণপত্ৰশ্ৰেণী VIII পাছ প্ৰমাণপত্ৰ
  • HSLC প্ৰমাণপত্ৰ (বৈকল্পিক)
  • HS প্ৰমাণপত্ৰ (বৈকল্পিক)
  • এপ্লইমেন্টট এক্সচেঞ্জ কাৰ্ড (বৈকল্পিক)
  • জাতিগত প্ৰমাণপত্ৰ (যদি প্ৰযোজ্য হয়)
  • আৱাসিক প্ৰমাণপত্ৰ (পিআৰচি/আধাৰ/ভোটাৰ আইডি ইত্যাদি)
বয়সৰ সীমা:  প্ৰাৰ্থীৰ বয়স ১৮ বছৰতকৈ কম বা ৪০ বছৰতকৈ অধিক হ'ব নালাগে। উচ্চ বয়সৰ সীমা এচচি/এছটিৰ ক্ষেত্ৰত 5 বছৰ আৰু ওবিচিৰ বাবে 3 বছৰ শিথিল কৰা হয়।

আবেদনৰ অন্তিম দিন 

নলবাৰী : 5th March 2021
যোৰহাট : 26th February 2021
শিৱসাগৰ : 24th February 2021
তেজপুৰ : 5th March, 2021
গোলাঘাট : 18th February 2021

কেনেকৈ আবেদন কৰিব লাগে

# আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ৱেবছাইটৰ জৰিয়তে  অনলাইন আবেদন কৰিব পাৰে ।
# প্ৰাৰ্থী/আবেদনকাৰীয়ে পৃথক পদৰ বাবে পৃথকে আবেদন দাখিল কৰিব লাগিব।

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

close