পিএনআৰডি বিভাগত ড্ৰাইভাৰ পদত বাম্পাৰ নিযু্ক্তি । অৰ্হতা - মাথো দশম মান । কিদৰে আবেদন কৰিব চাওক । ASSAM GOVT DRIVER JOBS 2021 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, February 15, 2021

পিএনআৰডি বিভাগত ড্ৰাইভাৰ পদত বাম্পাৰ নিযু্ক্তি । অৰ্হতা - মাথো দশম মান । কিদৰে আবেদন কৰিব চাওক । ASSAM GOVT DRIVER JOBS 2021

ASSAM GOVT DRIVER JOB 2021

Commissioner, Panchayat & Rural Development, Assam য়ে শেহতীয়াকৈ পিএনআৰডি ডিপাৰ্টমেন্টৰ বিভিন্ন পদত চাকৰিৰ বিজ্ঞাপন দি মুকলি কৰিছে প্ৰায় ১০ টা ড্ৰাইভাৰ পদত চাকৰি । আমি আলোচনা কৰিম কত কিদৰে অতি সহজে ড্ৰাইভাৰ পদত আবেদন কৰিব পাৰিব ।

ASSAM GOVT DRIVER JOBS 2021

আবেদন প্ৰক্ৰিয়া(Application Process) -

অনলাইন (Online)

আবেদন আবেদনৰ আৰম্ভণী(Application starts)-

১৪ ফেব্ৰুৱাৰী, ২০২১

খালী পদৰ নাম (Post Name) 

ড্ৰাইভাৰ

পদৰ সংখ্যা -

১০ টা ।

অৰ্হতা (Qualification) -  

মেট্ৰিক পাছ লগতে ড্ৰাইভিং চাৰ্টিফিকেট ।

লগতে পঢ়ক - আমাজন ইণ্ডিয়াত মুকলি ৫০ হাজাৰ চাকৰি । এইদৰে আবেদন কৰক আজিয়েই ।

বয়স(Age)

১৮ৰ পৰা ৪০ বছৰ । এছচি এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই থাকিব ।

দৰমহা(Salary) -  

Rs.14,000 – Rs.60,500 plus Grade Pay of Rs.5,600/ (এছচি এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই থাকিব )

অন্যান্য অৰ্হতা(Other Qualification) -

১. প্ৰাৰ্থীজন ভাৰতীয় হব লাগিব ।
২.এপ্লইমেন্ট এক্সচেন্জ (Employment Exchange) ত Register থকা হব লাগিব ।

কিদৰে আবেদন কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদন প্ৰক্ৰিয়া আজি অৰ্থাৎ ১৪ ফেব্ৰুৱাৰী, ২০২১ চনৰ পৰা আৰম্ভ হব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

আবেদনৰ অন্তিম দিন -

৫ মাৰ্চ, ২০২১।

কি কি ডকুমেন্ট লাগিব

  1. Admit card of HSLC or equivalent for proof of age.
  2. Four wheeler driving license
  3. Employment Exchange Registration Card/Certificate. 

    লগতে পঢ়ক - PNRD বিভাগত মুকলি জব কাৰ্ডৰ আবেদন । পঢ়ক কিদৰে ।

    বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

    অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here

     

    https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/02/assam-govt-driver-jobs-2021.html

    অনলাইন আবেদন কৰাত অসুবিধা পাইছে নেকি ? 

    লকডাউনৰ বাবে অনলাইন এপ্লাই কৰাত অসুবিধা পাইছে যদি চিন্তা নকৰিব । আমি কৰিম আপোনাৰ অনলাইন এপ্লাইৰ কাম । এতিয়াই ফোন কৰক 8984169157 । মনত ৰাখিব আমি আপোনাৰ চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়াতহে সহায় কৰিম । বাকী ইন্টাৰভিউ দি পাছ কৰা আপোনাৰ নিজৰ ওপৰত কথা । যদি আগ্ৰহী তেন্তে কল কৰক - 8984169157

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close