অসমৰ প্ৰতিখন পঞ্চায়তত গ্ৰাম্য সখীৰ নিযুক্তি । কিদৰে কৰিব আবেদন চাওক । ASSAM GOVT SCHEME JOBS 2021 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, February 10, 2021

অসমৰ প্ৰতিখন পঞ্চায়তত গ্ৰাম্য সখীৰ নিযুক্তি । কিদৰে কৰিব আবেদন চাওক । ASSAM GOVT SCHEME JOBS 2021

অসম চৰকাৰৰ চাকৰি 2021 ASSAM GOVT SCHEME JOBS 20211

অসম চৰকাৰৰ চাকৰি 2021ৰ ভিতৰত অসম চৰকাৰৰ পঞ্চয়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে শেহতীয়াকৈ মহত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত গ্ৰাম্য সখী নামৰ নতুন পদৰ নিয়োগৰ কথা ঘোষণা কৰিছে । কত কিদৰে এই নতুন পদত নিয়োগ লাভ কৰিব পাৰি সবিশেষ আজি আমি জনাম ।

Application form of Gramya Sakhi

খালী পদ

অসমৰ গ্ৰামাঞ্চলসমূহত এই নতুন পদ 'গ্ৰাম্য সখী' সকলক নিয়োগ কৰা হব । গ্ৰাম্য সখীসকলৰ মূল কাম হব মহত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত থকা জব কাৰ্ডধাৰীসকলে কৰা কামবিলাক চোৱা চিতা কৰা ।

লগতে পঢ়ক - অসম চৰকাৰৰ PNRDত পুন: ১৩২৪ টা পদ খালী । অনলাইন আবেদন

বয়স

১৮ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ যিকোনো মহিলাই এই পদৰ বাবে আবেদন কৰিব পাৰিব ।অৰ্হতা- সপ্তম শ্ৰেণীলৈ পঢ়া যিকোনো মহিলাই এই পদৰ বাবে আবেদন কৰিব পাৰিব । সবিশেষ জানিবলৈ আজিয়েই আপোনাৰ পঞ্চায়তত যোগাযোগ কৰক ।

অন্যান্য অৰ্হতা OTHER ELIGIBILITY CRITERIA

আত্মসহায়ক গোটৰ সদস্য হোৱাৰ লগতে জবকাৰ্ড ধাৰী হব লাগিব । সবিশেষ তলৰ বিজ্ঞাপনত উল্লেখ কৰা হৈছে ।

মজুৰি

প্ৰতিদিন ২৮০ টকা ।

আমাৰ Job Whatsapp গ্ৰুপৰ সৈতে যোগদান কৰিবলৈ ক্লিক কৰক - ইয়াত

কিদৰে আবেদন কৰিব HOW TO APPLY

ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন পত্ৰসমূহ নিজ নিজ পঞ্চায়ত কাৰ্যালয় নাইবা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা লব পাৰিব । ১৫ ফেব্ৰুৱাৰী,২০২১ ৰ পৰা ৫ মাৰ্চ,২০২১ ৰ ভিতৰত এই ফৰ্মসমূহ জমা লোৱা হব ।

Download Form

বিজ্ঞাপন-

Gramya sakhi advertisement

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/02/assam-govt-scheme-jobs-2021.html

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close