হায়াৰ ছেকেণ্ডেৰী পাছসকলৰ বাবে মুকলি প্ৰাইভেট চাকৰি । Satin Creditcare Network Ltd । Private Jobs in Assam 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, December 3, 2020

হায়াৰ ছেকেণ্ডেৰী পাছসকলৰ বাবে মুকলি প্ৰাইভেট চাকৰি । Satin Creditcare Network Ltd । Private Jobs in Assam 2020

Private Jobs in Assam 2020

Satin Creditcare Network Ltd, Tezpur.

Last Date: 15/12/2020

চাটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেড, তেজপুৰত শেহতীয়াকৈ 15 টা Community Service Officer ৰ নিযুক্তিৰ বাবে আবেদন বিচাৰি এক বিজ্ঞাপন জাৰী কৰিছে।

Private Jobs in Assam 2020

খালী পোষ্টৰ নাম:  

Community Service Officer

খালী পোষ্টৰ সংখ্যা

15

দৰমহা/ ভাট্টা: 

1.64 লাখ প্ৰতি বছৰ + ইনচেণ্টিভ

বয়স: 

সৰ্বাধিক 30 বছৰ

শিক্ষাগত অৰ্হতা

অতি কমেও হায়াৰ ছেকেণ্ডেৰী পাছ

ইন্টাৰভিউৰ তাৰিখ : 

প্ৰতিদিন (দেওবাৰৰ বাহিৰে) দিনৰ 10 বজাৰ পৰা - 3 বজালৈ

এপ্লিকেচন মাচুল : 

নাই 

কেনেদৰে আবেদন কৰিব: 

প্ৰাৰ্থীয়ে পোনপটীয়াকৈ সাক্ষাৎকাৰলৈ আহিব পাৰে ।

ইন্টাৰভিউৰ অন্তিম তাৰিখ: 

১৫ ডিচেম্বৰ।

ঠিকনা: 

Satin Creditcare Network Ltd, Satin Regional office,  First Floor, Harigoan, Nikamul, Near R.D Motors , Tezpur, Assam. Contact: 6913645034. 

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/12/satin-creditcare-network-ltd-private.html 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close