গুৱাহাটীৰ প্ৰাইভেট হস্পিতালত চাকৰি । অৰ্হতা দশম মানৰ পৰা আৰম্ভ । Hayat Hospital Jobs in Guwahati - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, November 10, 2020

গুৱাহাটীৰ প্ৰাইভেট হস্পিতালত চাকৰি । অৰ্হতা দশম মানৰ পৰা আৰম্ভ । Hayat Hospital Jobs in Guwahati

হায়াত চুপাৰস্পেচিয়েলটি হস্পিটেল, গুৱাহাটী। 

আবেদনৰ অন্তিম তাৰিখ: 15/11/2020

গুৱাহাটীত থকা হায়াত চুপাৰস্পেচিয়েলটি হস্পিটালে শেহতীয়াকৈ মুকলি কৰা এক নিযুক্তিৰ বিজ্ঞাপনত ষ্টাফ নাৰ্চ আৰু চিকৰিটি গাৰ্ডৰ বাবে আবেদন বিচাৰিছে । কত কিদৰে কেনেকৈ আবেদন কৰিব সবিশেষ আজি জনাম ।
Hayat Hospital Jobs in Guwahati

১. চিকৰিটি গাৰ্ড 

পদৰ সংখ্যা: 10 টা।
দৰমহা : Industry Standard ।
শিক্ষাগত অৰ্হতা: মেট্ৰিক অৰ্থাৎ এইচ.এছ.এছ.চি. পাছ। 
বয়স 25ৰ পৰা 35 বছৰ হব লাগিব ।
 নিম্নতম অভিজ্ঞতা: 1ৰ পৰা 2 বছৰ।

২. নাৰ্চ 

পদৰ সংখ্যা: 30 টা ।
দৰমহা : Industry Standard ।
শিক্ষাগত অৰ্হতা: B.Sc নাৰ্চিং / জি.এন.এম. ।
বয়স - বয়সৰ কোনো সীমা দিয়া হোৱা নাই ।
নিম্নতম অভিজ্ঞতা: 1 — 2 বছৰ । 

আবেদন মাচুল

কোনো ধৰণৰ আবেদন মাচুল নাই ।

কেনেদৰে আবেদন কৰিব

আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ বায়ডাটা নিম্নলিখিত ইমেইল idত মেইল কৰিব পাৰে recruitment@hayathospital.in নাইবা 9954931913ত ফোন কৰিব পাৰে। প্ৰাৰ্থীসকলক প্ৰমাণীকৰণৰ বাবে তেওঁলোকৰ বায়ডাটাৰ ওপৰত 'AssamCareer.com' বুলি লিখিবলৈ অনুৰোধ জনোৱা হৈছে।

2 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close