বিশেষ ন্যায়াধীশ, চিবিআই অসমত মুকলি নৈশ চকিদাৰৰ চাকৰি । Night Chowkidar Jobs in CBI, Assam - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, October 16, 2020

বিশেষ ন্যায়াধীশ, চিবিআই অসমত মুকলি নৈশ চকিদাৰৰ চাকৰি । Night Chowkidar Jobs in CBI, Assam

বিশেষ ন্যায়াধীশ, চিবিআই অসম, অতিৰিক্ত আদালত নং 1, গৌহাটী।

আবেদনৰ অন্তিম তাৰিখ: বিজ্ঞাপন প্ৰকাশৰ পৰা 30 দিন।

বিশেষ ন্যায়াধীশ, চিবিআই অসম, অতিৰিক্ত আদালত নং ১, গৌহাটীয়ে শেহতীয়াকৈ নৈশ চকীদাৰৰ বাবে খালী পদ আবেদন বিচাৰি এক বিজ্ঞাপন জাৰি কৰিছে। কত কিদৰে আবেদন কৰিব সকলোবোৰ আজি আমি জনাম ।

Night chowkidar Jobs in Assam

আবেদন প্ৰক্ৰিয়া:

অফলাইন ।

খালী পদৰ নাম

নৈশ চকীদাৰ ।

খালী পদৰ সংখ্যা

01 (এটা) ।

লগতে পঢ়ক - অসম চৰকাৰৰ চাকৰি। পিয়ন, চকীদাৰ, ড্ৰাইভাৰ আদি ।

শিক্ষাগত অৰ্হতা

নিম্নতম শ্ৰেণী-ক্লাছ ৮ মান পাছ । নৱম মান পাছ আৰু দশম মান ফেইলসকলেও আবেদন কৰিব পাৰিব ।

দৰমহা :  

12,000-37,500 টকা + গ্ৰেডপে 3,900/- টকা ।

বয়স

চৰকাৰী নিয়ম অনুসৰি। ১৮ ৰ পৰা ৪০ বছৰ ।   (এছচি/এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই)

বাছনি প্ৰক্ৰিয়া

সাক্ষাৎকাৰ/ মৌখিক  সাক্ষাৎকাৰ । 

কেনেদৰে আবেদন কৰিব:

  • তলৰ এপ্লিকেচনটো ডাউনলোড কৰি ফিলআপ কৰক আৰু জন্ম প্ৰমাণপত্ৰসহ প্ৰাসঙ্গিক শৈক্ষিক প্ৰমাণপত্ৰৰ স্ব-প্ৰমাণিত প্ৰতিলিপিৰ সৈতে জমা দিয়ক ।
  • লগতে শেহতীয়া পাছপোৰ্ট আকাৰৰ ৰঙৰ ফটোগ্ৰাফৰ 3 (তিনি) প্ৰতিলিপি আৱেদন প্ৰপত্ৰৰ সৈতে সংলগ্ন কৰিব লাগিব ।
  • প্ৰাৰ্থীসকলে এপ্লিকেচন প্ৰপত্ৰৰ সৈতে এটা স্ব-ঠিকনা কৰা প্ৰয়োজনীয় ষ্টাম্পসহ খাম পঠিয়াব লাগিব ।

ঠিকনা: Special Judge, CBI, Assam, Additional Court No.1, Chandmari, Guwahati-3

আবেদন প্ৰাপ্ত কৰাৰ অন্তিম তাৰিখ :বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰাৰ তাৰিখৰ পৰা অৰ্থাৎ [14/10/2020] ৰ পৰা 30 দিন ।

আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক

চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক

 

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/10/directorate-of-health-services-fw-govt.html

2 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close