লক্ষীমপুৰ মেডিকেল কলেজত মুকলি ৭৯ টা পদ । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । LAKHIMPUR MEDICAL COLLEGE JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, May 5, 2020

লক্ষীমপুৰ মেডিকেল কলেজত মুকলি ৭৯ টা পদ । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । LAKHIMPUR MEDICAL COLLEGE JOB 2020

Directorate of Medical Education, Assam ৰ অধীনত লক্ষীমপুৰ মেডিকেল কলেজত ৭৯ টা বিভিন্ন পদত নিযুক্তি মুকলি হৈছে । এই পদসমূহত অনলাইন আবেদন কিদৰে কৰিব আৰু কি কি অৰ্হতা লাগিব জানিবলৈ সম্পূৰ্ণ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া - অনলাইন । 
আবেদনৰ অন্তিম দিন - ২৭ মে , ২০২০ ।

লক্ষীমপুৰ মেডিকেল কলেজত চাকৰি সবিশেষ -

1.কম্পিউটাৰ অপাৰেটৰ

খালী পদ - ১৫ টা (UR-5 ST/SC-4 OBC-4 EWS-1 PWD-1)
শিক্ষাগত অৰ্হতা - যিকোনো Degree (BA/BCOM/BSC ect) লগতে ১ বছৰ Diploma/ certificate in computer application
দৰমহা - Rs.14,000/ ৰ পৰা to Rs.60,500/ লগতে Grade Pay Rs5,600/-

2. ৰেকৰ্ড ক্লাৰ্ক

খালী পদ -৭ টা  পদ  (UR-4 OBC-2 STP- 1)
শিক্ষাগত অৰ্হতা - যিকোনো Degree (BA/BCOM/BSC ect) লগতে ১ বছৰ Diploma/ certificate in computer application
দৰমহা - Rs.14,000/ ৰ পৰা to Rs.60,500/ লগতে Grade Pay Rs5,600/-

3. লাইব্ৰেৰী এছিছটেন্ট

খালী পদ -  ৪ টা পদ  (UR-3 OBC-1)
শিক্ষাগত অৰ্হতা - যিকোনো Degree (BA/BCOM/BSC ect) লগতে ১ বছৰ Diploma/ certificate in computer application
দৰমহা - Rs.14,000/ ৰ পৰা to Rs.60,500/ লগতে Grade Pay Rs5,600/-

4. ৰিচিপষ্টনিষ্ট

খালী পদ -  ২ টা (UR-1 OBC- 1)
শিক্ষাগত অৰ্হতা - যিকোনো Degree (BA/BCOM/BSC ect) লগতে ১ বছৰ Diploma/ certificate in computer application
দৰমহা - Rs.14,000/ ৰ পৰা to Rs.60,500/ লগতে Grade Pay Rs5,600/-

5. লাইব্ৰেৰীয়ান

খালী পদ -   ১ টা (UR-1 )
শিক্ষাগত অৰ্হতা - যিকোনো Degree (BA/BCOM/BSC ect) লগতে ১ বছৰ Diploma/ certificate in computer application
দৰমহা - Rs.14,000/ ৰ পৰা to Rs.60,500/ লগতে Grade Pay Rs 8,700/-

6. ডেপুটি লাইব্ৰেৰীয়ান

খালী পদ -   ১ টা (UR-1 )
শিক্ষাগত অৰ্হতা - যিকোনো Degree (BA/BCOM/BSC ect) লগতে ১ বছৰ Diploma/ certificate in computer application
দৰমহা - Rs.14,000/ ৰ পৰা to Rs.60,500/ লগতে Grade Pay Rs 7,400/-

7. কম্পিউটাৰ অপাৰেটৰ

খালী পদ -  ১ টা (UR-1)
শিক্ষাগত অৰ্হতা - যিকোনো Degree (BA/BCOM/BSC ect) লগতে ১ বছৰ Diploma/ certificate in computer application
দৰমহা - Rs.14,000/ ৰ পৰা to Rs.60,500/ লগতে Grade Pay Rs5,600/-

8, কডিং ক্লাৰ্ক

খালী পদ - ৪ টা পদ  (UR-3 OBC-1)
শিক্ষাগত অৰ্হতা - যিকোনো Degree (BA/BCOM/BSC ect) লগতে ১ বছৰ Diploma/ certificate in computer application
দৰমহা - Rs.14,000/ ৰ পৰা to Rs.60,500/ লগতে Grade Pay Rs5,600/-

9. ষ্টেটিছিয়ান ( Statistician)

খালী পদ - ১ টা পদ  (UR-1)
শিক্ষাগত অৰ্হতা - MSc in Statistics
দৰমহা - Rs.22,000/ ৰ পৰা to Rs.87,000/ লগতে Grade Pay Rs9,100/- 

10. ৰেকৰ্ড কিপাৰ

খালী পদ - ১ টা পদ  (UR-1)
শিক্ষাগত অৰ্হতা - যিকোনো Degree (BA/BCOM/BSC ect) লগতে ১ বছৰ Diploma/ certificate in computer application
দৰমহা - Rs.14,000/ ৰ পৰা to Rs.60,500/ লগতে Grade Pay Rs5,600/-

11. ষ্টৰ কিপাৰ কাম কালৰ্ক 

খালী পদ - ২১ টা পদ  (UR-8 ST/SC-4 OBC-6 EWS-2 PWD-1)
শিক্ষাগত অৰ্হতা - যিকোনো Degree (BA/BCOM/BSC ect) লগতে ১ বছৰ Diploma/ certificate in computer application
দৰমহা - Rs.14,000/ ৰ পৰা to Rs.60,500/ লগতে Grade Pay Rs5,600/-

12. ড্ৰাইভাৰ

খালী পদ - ২ টা  (UR-1 OBC-1)
শিক্ষাগত অৰ্হতা - মেট্ৰিক পাছ লগতে ড্ৰাইভিং লাইছেন্স ।
দৰমহা - Rs.14,000/ ৰ পৰা to Rs.60,500/ লগতে Grade Pay Rs5,600/-

13. ষ্টেনুগ্ৰাফাৰ

খালী পদ - ২ টা  (UR-1 OBC-1)
শিক্ষাগত অৰ্হতা - যিকোনো Degree (BA/BCOM/BSC ect) লগতে Diploma in Stenography  আৰু ১ বছৰ Diploma/ certificate in computer application
দৰমহা - Rs.14,000/ ৰ পৰা to Rs.60,500/ লগতে Grade Pay Rs5,600/-

14. কেছিয়াৰ

খালী পদ - ১ টা    (UR-1)
শিক্ষাগত অৰ্হতা - BCom Degree লগতে ১ বছৰ  Diploma/ certificate in computer application
দৰমহা - Rs.14,000/ ৰ পৰা to Rs.60,500/ লগতে Grade Pay Rs.7,400/-

15. একাউটেন্ট 

খালী পদ - ২ টা  (UR-1, OBC-1)
শিক্ষাগত অৰ্হতা - BCom Degree লগতে ১ বছৰ  Diploma/ certificate in computer application
দৰমহা - Rs.14,000/ ৰ পৰা to Rs.60,500/ লগতে Grade Pay Rs.7,400/-

16. একাউটেন্ট  এছিছটেন্ট

খালী পদ - ৪ টা  (UR-3, OBC-1)
শিক্ষাগত অৰ্হতা - যিকোনো Degree (BA/BCOM/BSC ect) লগতে ১ বছৰ Diploma/ certificate in computer application
দৰমহা - Rs.14,000/ ৰ পৰা to Rs.60,500/ লগতে Grade Pay Rs.6,200/-

ইয়াৰ উপৰিও Social Worker ,Medical Record Officer, Documentalist, Store Keeper cum Record Clerk আদি ৮ টা পদ খালী আছে । 

বয়স

প্ৰাৰ্থীসকলৰ বয়স ১৮ বছৰ পৰা ৩৮ বছৰ হব লাগিব । ইয়াৰ উপৰিও SC/ST/OBCৰ বাবে ৫ বছৰ পৰ্যন্ত বয়সৰ ৰেহাই আছে ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব ।` অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । অনলাইন আবেদন কৰোতে নিজৰ ফটো, চহী আৰু ডকুমেন্ট আপলোড কৰিব লাগিব ।
অনলাইন আবেদনৰ আৰম্ভণী - ১২ মে , ২০২০ । 
আবেদনৰ অন্তিম দিন - ২৭ মে, ২০২০

লগতে পঢ়ক - অসম চৰকাৰৰ কভিড-১৯ হস্পিটালত চাকৰি । অৰ্হতা অষ্টম মান ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

close