অসম চৰকাৰৰ অন্তৰ্গত জিএমচিত শেহতীয়াকৈ খালী হৈছে ৰিচিপষ্টনিষ্টৰ কেইবাটাও পদ । যিহেতু চৰকাৰী চাকৰি পোৱাটো আজিৰ দিনত তেনেই কঠিন হৈ পৰিছে তাৰ মাজতেই চৰকাৰী চাকৰি পোৱাৰ আশা দেখা গৈছে । আজি আমি
আপোনাক জনাম কিদৰে কত কেনেকৈ আবেদন কৰিব পাৰিব ।
খালী হোৱা পদৰ নাম -
ৰিচিপষ্টনিষ্টখালী হোৱা পদৰ সংখ্য়া -
৩দৰমহা -
১৪০০০- ৬০৫০০ টকা লগতে গ্ৰেগ পে ৬২০০ টকালগতে জানক -সৰস্বতী পূজাৰ দিনা ভাইৰেল দুখন বিশেষ ছবি । পঢ়ক আৰু চাওক কিয় ?
বয়স -
১৮ ৰ পৰা ৩৮ বছৰ
শিক্ষাগত অৰ্হতা -
HS উৰ্ত্তীণ । লগতে ১ বছৰ কম্পিউটাৰ ডিপ্লমা ।লগতে পঢ়ক- GMCHত মুকলি ফৰ্থ গ্ৰেডৰ ২১৯ টা পদত চাকৰি - অৰ্হতা ৮ মান/ দশম মান
আবেদন ফিজ -
আবেদনৰ বাবে কোনো মাচুল নালাগে ।
কিদৰে নিৰ্বাচন কৰা হব-
- আবেদনকাৰী প্ৰাৰ্থীসকলৰ এটা লিখিত পৰীক্ষা অনুষ্ঠিত হব ।
- সেই পৰীক্ষাত উৰ্ত্তীণসকল চাকৰি লাভ কৰিব ।
- লিখিত পৰীক্ষাৰ বিষয়ে ৱেৱচাইত আৰু বাতৰি কাকতত প্ৰকাশ কৰা হব ।
আবেদনৰ অন্তিম দিন -
১৪ ফেব্ৰুৱাৰী, ২০২০
১. অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
২. অনলাইন আবেদনৰ বাবে আপোনাৰ পাছ চাৰটিফেকেট , ৰঙীন ফটো আৰু চহীৰ দৰকাৰ হব ।
কিদৰে আবেদন কৰিব-
ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । Gauhati Medical College Hospital, Guwahati, Assam ৰ বেৱচাইটত গৈ আপুনি আবেদন কৰিব লাগিব ।১. অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
২. অনলাইন আবেদনৰ বাবে আপোনাৰ পাছ চাৰটিফেকেট , ৰঙীন ফটো আৰু চহীৰ দৰকাৰ হব ।
10 pass
ReplyDelete