শেহতীয়াকৈ অসম চৰকাৰৰ Directorate of Technical Education ৰ অন্তৰ্গত ধেমাজি ইঞ্জিনিয়াৰিং কলেজত তৃতীয়বৰ্গৰ বাবে খালী হৈছে কেইবাটাও পদ । এই চলিত বৰ্ষতেই ধেমাজি ইঞ্জিনিয়াৰিং কলেজত পাঠদান আৰম্ভ হব । সেয়েহে তাত বিভিন্নধৰণৰ কৰ্মচাৰীৰ প্ৰয়োজন হব । ইতিমধ্য়ে চৰকাৰে চতুৰ্থবৰ্গৰ খালী পদৰ বাবেও বিজ্ঞাপন মুকলি কৰিছে । অষ্টম মান উৰ্ত্তীণ হলেই চতুৰ্থ বৰ্গৰ পদত আবেদন কৰিব পাৰিব । কিদৰে আবেদন কৰিব আৰু আবেদনৰ সবিশেষ জানিবলৈ ক্লিক কৰক- CLICK HERE
খালী হোৱা পদৰ নাম -
জুনিয়ৰ এছিছটেন্ট (তৃতীয় বৰ্গ)
খালী হোৱা পদৰ সংখ্য়া -
৮
শিক্ষাগত অৰ্হতা -
যিকোনো ডিগ্ৰী (BA/BCOM/BSC/BTECH Etc)
দৰমহা -
১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৮৭০০ টকাবয়স -
১৮ ৰ পৰা ৩৮ বছৰআবেদন ফিজ -
আবেদনৰ বাবে কোনো মাচুল নালাগে ।কিদৰে নিৰ্বাচন কৰা হব-
আবেদনকাৰী প্ৰাৰ্থীসকলৰ এটা লিখিত পৰীক্ষা অনুষ্ঠিত হব ।সেই পৰীক্ষাত উৰ্ত্তীণসকল চাকৰি লাভ কৰিব ।
লিখিত পৰীক্ষাৰ বিষয়ে ৱেৱচাইত আৰু বাতৰি কাকতত প্ৰকাশ কৰা হব ।
আবেদনৰ অন্তিম দিন -
৩ মাৰ্চ, ২০২০কিদৰে আবেদন কৰিব-
ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব ।১. অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
২. অনলাইন আবেদনৰ বাবে আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ,পাছ চাৰটিফেকেট , ৰঙীন ফটো আৰু চহীৰ দৰকাৰ হব ।
No comments:
Post a Comment