শেহতীয়াকৈ মুকলি হৈছে জলসিঞ্চন বিভাগৰ বাবে খালী হোৱা পদৰ পৰীক্ষাৰ এডমিট কাৰ্ড । সমগ্ৰ অসমজুৰি এই পৰীক্ষা ১ আৰু ২ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হব । তলত আপুনি কিদৰে এডমিট কাৰ্ড ডাউনলোড কৰিব দেখুওৱা হৈছে ।
কিদৰে ডাউনলোড কৰিব -
- পোনপ্ৰথমে http://irrigationassam.cbtexam.in/Home/index.html ভিজিট কৰক ।
- তাৰপাছত “Latest Job Opening Section”ত যাওক ।
- তাতে “Download Admit Card Link” দেখা পাব ।
- সেই লিংকত ক্লিক কৰক আৰু আপোনাৰ Details Submit কৰক ।
- এডমিট কাৰ্ড আপোনাৰ স্ক্ৰীণত দেখা পাব ।
- “Print Admit Card”ত ক্লিক কৰক ।
ডাইৰেক্ট কিদৰে এডমিট ডাউনলোড কৰিব -
এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ ক্লিক কৰক - DOWNLOAD
Eikhan dekhun agotei download kori thoisu.
ReplyDelete