অসমৰ ভাৰতীয় ডাক বিভাগত চাকৰি - আজিয়েই আবেদন কৰক
ভাৰতীয়
ডাকসেৱাৰ অন্তৰ্গত অসম মণ্ডলত ৯১৯ টা খালী পদৰ বাবে প্ৰাৰ্থী বিচাৰি পুন: আবেদন বিচাৰা হৈছে । আগতে আবেদন কৰা সকলেও পুন: আবেদন কৰি স্থানীয় ভাষা অধ্য়য়ন কৰাটো দেখুওৱাব লাগিব । কত কিদৰে কেনেকৈ আবেদন কৰিব সেইয়া সকলোবোৰ আজি আমি আপোনাক জনাম ।
খালী হোৱা পদৰ নাম -
গ্ৰামীণ ডাক সেৱক
খালী হোৱা পদৰ সংখ্যা -
৯১৯ টা
শিক্ষাগত অৰ্হতা -
১০ ম মান উৰ্ত্তীণ
দৰমহা -
১০০০০-১৪৫০০ টকা
কাম কি হব -
গ্ৰামীণ
ডাক সেৱক সকলে গাও অঞ্চলৰ ডাকঘৰ সমূহ পৰিচালনাৰ দায়িত্বত থাকিব । এটা গাৱৰ
ডাকঘৰত ৩ টা পদ থাকে । সেইয়া হৈছে ব্ৰাঞ্ছ পষ্ট মাষ্টাৰ(দৰমহা প্ৰায়
১৪০০০), এছিছটেন্ট ব্ৰাঞ্চ পষ্ট মাষ্টাৰ (দৰমহা প্ৰায় ১১ হাজাৰ) আৰু মেইল
ডেলিভাৰাৰ (দৰমহা প্ৰায় ১০ হাজাৰ) । মন কৰিব লগীয়া এই যে গ্ৰামীণ ডাক সেৱক
সকলে মাত্ৰ ৪ ঘন্টা কাম কৰিব লাগে ।
বয়স -
আবেদজ ফিজ -
ইচ্চুক প্ৰাৰ্থীসকলে আবেদন কৰোতে ১০০ টকা জমা দিব লাগিব । (SC/ST/PH/FEMALE য়ে কোনোধৰণৰ মাচুল দিব নালাগে )
কিদৰে আবেদন কৰিব -
ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদন কৰিবলৈ তলত দিয়া লিংকত ক্লিক কৰিব । অনলাইন আবেদন ২৭ জানুৱাৰী,২০২০ৰ পৰা আৰম্ভ । দশম মানলৈ অসমীয়া/বঙালী/বড়ো ভাষা থকাটো বাধ্য়তামূলক ।
No comments:
Post a Comment