ডাক বিভাগত চাকৰি মুকলি (৩৮৮০ টা পদ) :
অৱশেষত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ডাক বিভাগত মুকলি হ'ল । আমাৰ এই পষ্টটোৰ যোগেদি ক'ত কেনেকৈ কিদৰে ডাক বিভাগত খালী হোৱা পদৰ বাবে আবেদন কৰিব পাৰিব তাকে আলোচনা কৰিম ।
খালী পদৰ নাম :
ডাক বিভাগত Postal Assistant/ Sorting Assistant নামৰ পদত নিযুক্তি আৰম্ভ হৈছে ।
খালী পদৰ সংখ্যা :
ডাক বিভাগত Postal Assistant/ Sorting Assistant ৰ সৰ্বমুঠ ৩৮৮০ টা পদ খালী হৈছে । ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব ।
দৰমহা :
Postal Assistant/ Sorting Assistant ৰ বাবে Pay Band (Rs. 5200-20200) ৰ লগতে Grade Pay: Rs. 2400 (pre-revised).
শিক্ষাগত অৰ্হতা :
১২ম মান অৰ্থাৎ উৰ্ত্তীণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব ।
বয়স :
১৮ৰ পৰা ২৭ বছৰ ( অবিচিৰ বাবে ৩ বছৰ আৰু জনজাতিৰ বাবে ৫ বছৰ ৰেহাই) ।
আবেদন কিদৰে কৰিব :
১) আবেদন কৰিবৰ বাবে ইয়াত ক্লিক কৰক - click here
২) Register link ত Click কৰি registration complete কৰক ।
৩) তাৰপাছত Login link ত click কৰি আপোনাৰ application খন complete কৰক ।
৪) শেষত আবেদন ফিজ দি আবেদন সম্পুৰ্ণ কৰক ।
আবেদন ফিজ :
সাধাৰণ শ্ৰেণী আৰু অবিচিৰ বাবে মাত্ৰ ১০০ টকা আৰু বাকী জনজাতি আৰু ছোৱালীসকলৰ কোনো আবেদন ফিজ নাই ।
লগতে পঢ়ক - বন্ধন বেংকত মেনেজাৰৰ চাকৰি মুকলি
প্ৰয়োজনীয় তাৰিখসমুহ :
Online application starts: 3rd December 2019
Last date of online application: 10th January 2020
Good
ReplyDeleteVery Good
ReplyDeleteI like
ReplyDeleteVery good
ReplyDeleteI am empress
ReplyDeleteGood
ReplyDelete