লক্ষীমপুৰ উপায়ুক্তৰ কাৰ্যালয়ত খালী হৈছে কেইটামান চৰকাৰী চাকৰিৰ পদ । খালী হোৱা পদসমূহত কিদৰে আবেদন কৰিব সেইয়া আজি আমি আপোনালোকক জনাম । আৰু মুকলি হোৱা পদৰ ৩০ শতাংশ পদ মহিলাৰ বাবে সংৰক্ষণ কৰা হ’ব।
মন কৰিব যে পৰীক্ষাৰ সময় আৰু তাৰিখ কল লেটাৰত উল্লেখ কৰাৰ লগতে লক্ষীমপুৰ জিলাৰ ৱেবচাইটত পোৱা যাব। কল লেটাৰ প্ৰাৰ্থীসকলে নিজে জিলা বেৱচাইটৰ পৰাও ডাউনলোড কৰিব পাৰিব । ৱেবচাইটো হৈছে http://lakhimpur.nic.in।
খালী হোৱা পদৰ নাম -
জাৰিকাৰকখালী হোৱা পদৰ সংখ্য়া -
৫ টাশিক্ষাগত অৰ্হতা -
৮ম মান উৰ্ত্তীণ ।দৰমহা -
১২,০০০ টকাৰ পৰা ৩৭,০০০ টকা লগতে গ্ৰেড পে ৪৪০০ টকাবয়স -
১৮ ৰ পৰা ৪৩ বছৰ (অৱশ্যে SC আৰু ST ৰ বাবে ৫ বছৰ ৰেহাই আছে)আবেদন ফিজ -
আবেদনৰ বাবে কোনো মাচুল নালাগে ।আবেদনৰ অন্তিম দিন -
২১ আগষ্ট, ২০১৯ ।কিদৰে আবেদন কৰিব-
ইচ্চুক প্ৰাৰ্থীসকলে তলত দিয়া ষ্টেন্ডাৰ্ড ফৰ্মখন ফিলআপ কৰি নিজৰ সকলো চাৰ্টিফিকেটৰ সৈতে এই ঠিকনাত প্ৰেৰণ কৰিব লাগিব - To the Office of the Deputy Commissioner, Lakhimpur, 787001 । আবেদন গ্ৰহণ কৰা প্ৰাৰ্থীসকল মুঠ ১০০ নম্বৰৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। বাচনি কেৱল যোগ্যতাৰ ভিত্তিত কৰা হ’ব ।
ষ্টেন্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰিবলৈ ক্লিক কৰক - DOWNLOAD NOW
মন কৰিব যে পৰীক্ষাৰ সময় আৰু তাৰিখ কল লেটাৰত উল্লেখ কৰাৰ লগতে লক্ষীমপুৰ জিলাৰ ৱেবচাইটত পোৱা যাব। কল লেটাৰ প্ৰাৰ্থীসকলে নিজে জিলা বেৱচাইটৰ পৰাও ডাউনলোড কৰিব পাৰিব । ৱেবচাইটো হৈছে http://lakhimpur.nic.in।
Fill up kora Standard form khon kenekoi aru ki madhyamere pothabo lagibo please jonabo sn
ReplyDelete