এজিপি বিধায়কৰ বেংক একাউন্টৰ পৰা ১৪ লাখ টকা লুট:অসম গণ পৰিষদ দলৰ বিধায়ক উৎপল দত্তৰ এছবিআইৰ দিছপুৰ শাখাৰ পৰা ছাইবাদ অপৰাধীয়ে ১৪ লাখ টকা লুট কৰা ঘটনাই তীব্ৰ চাঞ্চল্য়ৰ সৃষ্টি কৰিছে ।উল্লেখযোগ এই যে বিধায়কজনে বেংকৰ পৰা পইছা উলিয়াব যাওতে এই ঘটনাৰ কথা পোহৰলৈ আহে ।
জানিব পৰা মতে বিধায়কজনৰ বেংকত থকা মোবাইল নম্বৰ তেঁও গম নোপোৱাকৈ ১৯ মে তাৰিখে সলনি কৰা হৈছিল আৰু ইন্টাৰনেট বেংকিৰ দ্বাৰা পইছাখিনি হৰলুকি কৰা হৈছিল । ইফালে এই ঘটনা সন্দৰ্ভত বিধায়কজনক বেংক কৃতপক্ষই সহায় নকৰাৰ অভিযোগ আহিছে । প্ৰশ্ন হয় এজন বিধায়কৰে এনে অৱস্থা হ'লে সাধাৰণ ৰাইজৰ কি অৱ্স্থা হব?
No comments:
Post a Comment