শিক্ষামন্ত্ৰীৰ ঘোষণা আৰু দিয়া নহয় ছাত্ৰীক স্কুটি - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, May 27, 2018

শিক্ষামন্ত্ৰীৰ ঘোষণা আৰু দিয়া নহয় ছাত্ৰীক স্কুটি

শিক্ষামন্ত্ৰীৰ ঘোষণা আৰু দিয়া নহয় ছাত্ৰীক স্কুটি : পৰিৱৰ্তনৰ নাম লৈ শাসনত অহা বিজেপি চৰকাৰৰ প্ৰতি ৰাইকৰ মোহভংগ হোৱাৰ সময়তেই নতুনকৈ হোৱা শিক্ষামন্ত্ৰীৰ এটা ঘোষণাই পুন: বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত কৰা প্ৰতিশ্রতি সমুহৰ পৰা আতৰি অহাটো প্ৰমান কৰিছে | আপোনালোকৰ নিশ্চয় মনত নিৰ্বাচনী প্ৰচা্ৰৰ সময়ত হিমন্ত বিশ্বই দম্ভালি মৰা ঘোষণা " তৰুণ গগৈয়ে চাইকেল দিছিল, আমি স্কুটি দিম " | 


চতুৰ হিমন্তই প্ৰতিশ্ৰুতি এবা্ৰৰ বাবে ৰক্ষা কৰিলে নিশ্চয় কিন্তু তাতো আছিল চৰ্তাৱলী প্ৰযোজ্য় | কাৰণ তৰুণ গগৈই সকলোকে চাইকেল দিয়াৰ দৰে তেঁও সকলোকে স্কুটি দিয়া নাছিল , দিছিল মাথো ১০০০ গৰাকী ছাত্ৰীক | কিন্তু এইবাৰ সেই ১০০০ খনো স্কুটি দিবলৈ অপৰাগ নতুন শিক্ষামন্ত্ৰী |তাৰ পৰিবৰ্তে প্ৰদান কৰিব ১০০০০ চাইকেল ! এইদৰে বিজেপি চৰকাৰে ভংগ কৰা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ দৰে ৰাইজৰো চৰকাৰৰ প্ৰতি মোহভংগ ঘটিছে |

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close