Signs and symptoms of mouth cancer
মুখত যদি কেন্সাৰ ৰোগ হয়, তাৰ লক্ষণবোৰ আমি জানো আহক
1. মুখত বগা দাগ বা ৰঙা দাগ নাইবা ঘা হোৱা White or red rashes or wounds in the mouth
যদি মুখত বগা বা ৰঙা দাগ হয় , যদি আপোনাৰ মুখত ঘা হলে যিমান সম্ভৱ সোনকালে চিকিৎসকৰ ওচৰলৈ যাব লাগে আৰু ইয়াৰ চিকিৎসা কৰাব লাগে কিয়নো যদি ঘা বেছি দিনলৈ ভাল নহলে ই কৰ্কট ৰোগৰ লক্ষণ।
2. এমাহ বা অধিক সময়ৰ বাবে আৰোগ্য নোহোৱা ঘা Wounds that do not heal for a month or more
যদি শৰীৰৰ কৰবাত ঘা হয় আৰু ঔষধ প্ৰয়োগ কৰাৰ পিছতো ই আৰোগ্য নহয় আৰু যদি এমাহৰো অধিক সময় থাকে, ই কৰ্কট ৰোগৰ কাৰণ হ'ব পাৰে।
3. মুখ খুলিবলৈ বা জিভা উলিয়াবলৈ অসুবিধা Difficulty opening the mouth or pulling out the tongue
যদি এজন ব্যক্তিৰ মুখ খুলিবলৈ অসুবিধা হয় নাইবা জিভা বাহিৰলৈ ওলাব অসুবিধা হয় তেন্তে ই আপোনাৰ মুখত কৰ্কট ৰোগৰ লক্ষণ হব পাৰে ।
4. আপোনাৰ কণ্ঠস্বৰ সলনি হোৱা Change your voice
অত্যাধিক লালতি বৈ অহা নাইবা কথা পাতিবলৈ অসুবিধা হোৱা কৰ্কট ৰোগৰ লক্ষণ হব পাৰে। যদি এই লক্ষণবোৰৰ দেখা দিয়ে আপুনি লগে লগে চিকিৎসকৰ ওচৰলৈ যোৱা উচিত।
মুখৰ কৰ্কট ৰোগৰ আন লক্ষণসমূহ Symptoms of mouth cancer
আটাইতকৈ সচৰাচৰ লক্ষণটো হৈছে আপোনাৰ গাল বা ওঁঠৰ ভিতৰত যিকোনো প্ৰকাৰৰ ঘা যি আৰোগ্য নহয়। আপুনি আপোনাৰ মুখৰ ভিতৰত ফুলি অহা গুটিৰ নিচিনা অংশ এটা অনুভৱ কৰিব পাৰে, নাইবা ৰঙা বা বগা ৰংৰ দাগ দেখিব পাৰে।যদি আপুনি যিকোনোধৰণৰ লক্ষণ দেখা পায়, আপোনাৰ চিকিৎসকক কওঁক আৰু কাৰণটো জানিবলৈ চেষ্টা কৰক।
যদি আপুনি তথ্যটো ভাল পায়, ইয়াক যিমান পাৰে SHARE কৰক। আমাক অনুসৰণ কৰিবলৈ নাপাহৰিব,এই পোষ্টটোত লাইক আৰু
মন্তব্য কৰক।
নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক
টোকা: এই প্ৰবন্ধত দিয়া তথ্যবোৰ গৱেষণাৰ ওপৰত আধাৰিত।
আমি দাবী নকৰোঁ যে সেইবোৰ সম্পূৰ্ণৰূপে সঁচা আৰু সঠিক, আৰু সেইবোৰ চেষ্টা
আৰু গ্ৰহণ কৰাৰ আগতে এজন বিশেষজ্ঞৰ পৰামৰ্শ নিতান্তই প্ৰয়োজনীয় ।
No comments:
Post a Comment