অসম চৰকাৰৰ চাকৰি । খালী ৮৫ টা ফিল্ড ৱৰ্কাৰৰ পদ । অৰ্হতা মেট্ৰিক পাছ । Soil Conservation Field Worker Jobs in Assam 2021 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, February 3, 2021

অসম চৰকাৰৰ চাকৰি । খালী ৮৫ টা ফিল্ড ৱৰ্কাৰৰ পদ । অৰ্হতা মেট্ৰিক পাছ । Soil Conservation Field Worker Jobs in Assam 2021

Soil Conservation Field Worker ভূমি সংৰক্ষণ ক্ষেত্ৰ কৰ্মীৰ চাকৰি

অসম চৰকাৰৰ অসমত থকা ভূমি সংৰক্ষণ বিভাগৰ বিভিন্ন  জিলা কাৰ্যালয়ত ১৪৩ টা  Grade III আৰু Grade IV পদৰ নিয়োগৰ বাবে এক বিজ্ঞাপন মুকলি কৰিছে। তাৰে ভিতৰত ৮৫ টা  Field Worker  পদ খালী হৈছে । আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত Online Apply কৰিব পাৰে। কিদৰে কৰিব Online Apply সবিশেষ জানিবলৈ আমাৰ লিখনি সম্পূৰ্ণকৈ পঢ়ক ।

Soil Conservation Assam Jobs 2021

খালী পদ: 

85  টা [UR: 47, ওবিচি/এমওবিচি: 27, এচচি: 07, এছটিপি: 04 ]

শিক্ষাগত অৰ্হতা: 

দশম শ্ৰেণী উত্তীৰ্ণ । (HSLC Pass)

দৰমহা : 

14,000 টকা – 60,500 টকা আৰু 5,600 টকাৰ গ্ৰেড পে ।

Other Eligibility Criteria  অন্যান্য অৰ্হতা 

নাগৰিকত্ব: প্ৰাৰ্থী এজন ভাৰতীয় নাগৰিক আৰু অসমৰ বাসিন্দা হ'ব লাগিব।
এপ্লইমেন্ট একচেন্জ প্ৰমাণপত্ৰ : প্ৰাৰ্থীজনে আবেদন প্ৰপত্ৰৰ সৈতে অসম ৰাজ্যত নিয়োগ বিনিময়ৰ পঞ্জীয়ন (Employment Exchange Card)  প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগিব।
বয়স:  প্ৰাৰ্থীগৰাকীৰ বয়স  40 বছৰতকৈ অধিক হব নোৱাৰিব আৰু 18 বছৰতকৈ কম হ'ব নোৱাৰিব ।বয়সৰ শিথিলতা : উচ্চ বয়সৰ সীমা তলত দিয়া ধৰনে শিথিল কৰা হয়:
1) ST/SC প্ৰাৰ্থীৰ বাবে 5 বছৰ।
2) OBC/MOBC প্ৰাৰ্থীসকলৰ বাবে 3 বছৰ। 
3) PWD প্ৰাৰ্থীসকলৰ বাবে 10 বছৰ।
আবেদন মাচুল: কোনো আবেদন মাচুল নাথাকিব।

আমাৰ Whatsapp গ্ৰুপৰ সৈতে যোগদান কৰিবলৈ ক্লিক কৰক - ইয়াত

How to Apply ভূমি সংৰক্ষণ বিভাগত কেনেকৈ আবেদন কৰিব?

প্ৰাৰ্থীসকলে ৱেবছাইট www.soildirectorate.assam.gov.in ত লিংক soilrecruitment.in ৰ জৰিয়তে অনলাইন আবেদন দাখিল কৰিব লাগিব আৰু 12.02.2021 লৈ এই আবেদন গ্ৰহণ কৰা হব । আপুনি নিজে নাইবা যিকোনো কম্পিউটাৰ দোকানত গৈ আবেদন কৰিব পাৰে । যদি অসুবিধা হয় আমি আবেদন কৰি দিম । আমাৰ অনলাইন আবেদনৰ চাৰ্জ ১০০ টকা । আমাক কল কৰিব পাৰে 8984169157

Documents Required কি কি ডকুমেন্ট লাগিব 

  1. এখন শেহতীয়া পাছপোৰ্ট ফটোগ্ৰাফ। Passport size Photo.
  2. বয়সপ্ৰমাণ প্ৰমাণপত্ৰ (HSLCৰ Admit Card )।
  3. শিক্ষাগত অৰ্হতা প্ৰমাণপত্ৰ। 
  4. স্কেন কৰা স্বাক্ষৰ ।
  5. নিয়োগ বিনিময় কেন্দ্ৰৰ বৈধ পঞ্জীয়ন (Employment Exchange Card)প্ৰমাণপত্ৰ।
  6. জাতি প্ৰমাণপত্ৰ (সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত)

Important Dates ভূমি সংৰক্ষণ নিযুক্তিৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহ

অনলাইন আবেদন দাখিল কৰাৰ আৰম্ভণি তাৰিখ: 3 ফেব্ৰুৱাৰী 2021

অনলাইন আবেদন দাখিল কৰাৰ অন্তিম তাৰিখ: 12 ফেব্ৰুৱাৰী 2021

Important Web Linksভূমি সংৰক্ষণ নিযুক্তিৰ গুৰুত্বপূৰ্ণ ৱেব-লিংক

বিজ্ঞাপনৰ বিৱৰণ: ইয়াত ক্লিক কৰক।

অনলাইন আবেদন: ইয়াত ক্লিক কৰক। 03/02/2021।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close