বৰষা বাৰ প্ৰেম কাহানী । কিদৰে আৰম্ভ হৈছিল বৰষা-ভাস্কৰৰ প্ৰেম । জানো আহক । Barasha Rani Bishaya Love Story - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, January 30, 2021

বৰষা বাৰ প্ৰেম কাহানী । কিদৰে আৰম্ভ হৈছিল বৰষা-ভাস্কৰৰ প্ৰেম । জানো আহক । Barasha Rani Bishaya Love Story

চচিয়েল মিডিয়াত এতিয়া মাথো এটাই চৰ্চা বৰষা বাৰ বিয়া । প্ৰথম স্বামীৰ মৃত্যুৰ বহু বছৰ পাছত বৰষাৰ এই সিদ্ধান্তক আদৰণী জনাইছে ৰাইজে । পিছে কিদৰে আৰম্ভ হৈছিল বৰষা আৰু ভাবী স্বামী ভাস্কৰ প্ৰেম । কত কেনেদৰে লগ পাইছিল দুয়ো । জানো আহক ।
Barasha Rani Bishaya Love Story

আমাৰ সমাজ ব্যৱস্থাত জীৱনৰ বহু সময়ত এজন নিচেই কাষৰ সংগী প্ৰয়োজন হয় । বৰষাৰ মতে এইয়া প্ৰেম নহয় এক বুজা-বুজি এক আনডাৰচটেণ্ডিং । ভাস্কৰে সাংঘাটিকভাৱে বৰষাক বুজি পাই থিক একেদৰে বৰষায়ো ভাস্কৰৰ যি জীৱন সংগ্ৰাম আদি সকলোকে বুজি পায় । ভাস্কৰ পেছাত এগৰাকী শিক্ষক । তেঁও মহৰ্ষী বিদ্যা মন্দিৰত শিক্ষকতা কৰে । লগতে কছিং চেন্টাৰতো শিক্ষকতা কৰে । পোনপ্ৰথমবাৰৰ বাবে বৰষাই ভাস্কৰক লগ পাইছিল ইনচটাগ্ৰামত ।
ইনচাটাগ্ৰামত পোনপ্ৰথমে ভাস্কৰেই বৰষাক মেছেজ দিছিল । আনবিলাকৰ দৰে  সি কেতিয়াও বৰষা বাক ফোন নং খুজি ইনচটাগ্ৰামত মেছেজ কৰা নাছিল । এটা গীতক লৈ বৰষাক গঠনমূলক ভাৱে সমালোচনা কৰি ভাস্কৰে বৰষাক কৈছিল "মেম আপোনাক গানটোত বহুত ধুনীয়া লাগিছে কিন্তু গানটো ভাল নহয় । গতিক আপুনি গান বাচনি কৰাত অলপ সজাগ হলে ভাল হব ।" এই গঠনমূলক সমালোচনাই বৰষাৰ হৃদয় জিনি ললে । এইদৰেই আৰম্ভ হৈছিল বৰষা-ভাস্কৰৰ প্ৰেম কাহিনী ।লাহে বৰষায়ো ব্যক্তিগত কথাবোৰ শ্বেয়াৰ কৰিব ললে । ভাত খালা নে , আহিলা নে এইদৰে খৱৰ লোৱা আৰম্ভ হয় । দু্ৰৰ পৰা খৱৰ লোৱা লোৱি কৰাতকৈ দুয়ো ওচৰত থাকিয়েই এজনে আনজনৰ খৱৰ লবলৈ সিদ্ধান্ত লয় । আৰু এইদৰেই অহা ২২ ফেব্ৰুৱাৰীত দুয়ো যুগ্ম জীৱনৰ সাক্ষী হবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।
বৰষা-ভাস্কৰৰ প্ৰেম কাহিনী জানি কেনে পালে আমাক তলত কমেন্ট কৰি জনাওক । লগতে কাহিনীটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/01/barasha-rani-bishaya-love-story.html

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close