কেবিনেটৰ সিদ্ধান্ত : এতিয়াৰ পৰা অনলাইনযোগে হব Employment Exchange পঞ্জীয়ন Employment Exchange Card Online Apply - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, July 8, 2021

কেবিনেটৰ সিদ্ধান্ত : এতিয়াৰ পৰা অনলাইনযোগে হব Employment Exchange পঞ্জীয়ন Employment Exchange Card Online Apply

নিয়োগ বিনিময় কেন্দ্ৰ (Employment Exchange Office)ত পঞ্জীয়ন সচৰাচৰ অফলাইন হৈ আছিল যিটো আমাৰ বাবে এক অসুবিধাৰ কাৰণ আছিল । এনে পৰিস্থিতিত যেন এক সুখৱৰ আহিছে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ।
employment exchange card online apply
এতিয়াৰ পৰা Employment Exchange Office নোযোৱাকৈ অনলাইন যোগে পঞ্জীয়ন কৰিব পাৰিব। বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এক সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বিষয়ে আজি এখন সংবাদমেলত প্ৰকাশ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।
অচিৰেই মুকলি হব ইয়াৰ ৱেবচাইট । এতিয়ালৈ আমাৰ হাতত অনলাইন আবেদনৰ ৱেৱচাইটো আহি পোৱা নাই । আপডেট অহাৰ লগে লগেই আমি আপোনালোকক এই বিষয়ে জনাম । ৱেবচাইট মুকলি হোৱাৰ লগে লগেই আপুনি ঘৰতেই বহি কৰিব পাৰিব Employment Exchange Office ৰ অনলাইন আবেদন ।

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close