শেহতীয়াকৈ অসম চৰকাৰৰ Commissioner of Taxes অফিচত খালী হৈছে কেইটামান ৰ পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব সেইয়া সকলোবোৰ জানিবলৈ আমাৰ লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।
খালী হোৱা পদৰ নাম -
সহকাৰী সহায়ক (JUNIOR ASSISTANT)
খালী পদৰ সংখ্য়া -
১৮ টা
শিক্ষাগত অৰ্হতা -
- যিকোনো স্নাতক (BA/BSC/BCOM/BTECH ETC) লগতে
- কম্পিউটাৰৰ ব্য়ৱহাৰিক জ্ঞান থাকিব লাগিব ।
দৰমহা -
নিৰ্বাচিত প্ৰাৰ্থীসকলক প্ৰতিমাহে ১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকালৈ আৰু ৬২০০ টকাৰ গ্ৰেডপে দিয়া হব ।বয়স -
আবেদনকাৰীৰ বয়স ১৮ ৰ পৰা ৩৮ বছৰৰ ভিতৰত হব লাগিব । ( SC/STৰ সকলৰ বাবে ৫ বছৰ ৰেহাই দিয়া হব)আবেদন ফিজ -
আবেদনকাৰীসকলে কোনোধৰণৰ আবেদন মাচুল দিব নালাগে ।কিদৰে আবেদন কৰিব -
ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন পত্ৰ অফিচিয়েল ৱেৱচাইটৰ পৰা সংগ্ৰহ কৰিব লাগিব আৰু ২ আগষ্ট, ২০১৯ ৰ ভিতৰত পূৰ কৰা আবেদন ফৰ্মখন পঠিয়াব লাগিব ।আবেদন পত্ৰ সংগ্ৰহ কৰিবলৈ ক্লিক কৰক - Click Here (২০ জুলাইৰ পৰা আৰম্ভ)
আবেদন পত্ৰ পঠিওৱাৰ ঠিকনা -
To the Commissioner of Taxes Assam, Kar Bhawan,
Dispur, Guwahati-6
plZ cont 7635805326..
ReplyDeleteplZ cont 7635805326..
ReplyDelete9101323427
ReplyDelete